Anubhobi Xur Lyrics | Ritumoni Bordoloi, Sukanya Boruah | Trion Mahanta | Assamese Romantic Song Lyrics
Anubhobi Xur Lyrics | Ritumoni Bordoloi, Sukanya Boruah | Trion Mahanta | Assamese Romantic Song Lyrics
ANUBHOBI XUR SONG LYRICS
প্ৰতিটো ফাগুণ আহে আৰু যায় গোপনে
হৃদয়ে ৰচে গীত অগণন
অচিনাকী সুৰতেই মগন
অনুভৱী এই সুৰ
হ'ব খোজা নাই দূৰ
হেপাঁহৰে ৰংবোৰ নিগৰিছে চোন
মতলীয়া বা লাগি সৰাপাতে জুৰে প্ৰেমৰ সুহুৰী
পলাশৰে দুবাহুতে আকাশ হয় ৰাঙলী
নিজানতে ভাঁহি আহে সুবাস তোমাৰ মৰমী
দুচকুতে বিৰিঙিছে হাঁহি বিষাদ পাহৰি
উজাগৰী নিশাবোৰ
জোনাকীৰ ধেমালীতে
থমকিব খোজেছোন
তৰালিৰ বুকুতে.
হৃদয়ে ৰচে গীত অগণন
অচিনাকী সুৰতেই মগন
অনুভৱী এই সুৰ
হ'ব খোজা নাই দূৰ
হেপাঁহৰে ৰংবোৰ নিগৰিছে চোন
(Lyrics4assam)
Comments
Post a Comment
Thanks. (Contact us on Facebook https://facebook.com/Lyrics4Assam )