Skip to main content

Posts

Showing posts from December, 2019

MOINAKON BAKHOR Lyrics I SUBASANA DUTTA | NEW ASSAMESE SONG 2020

Moinakon Bakhor Lyrics | Subasana Dutta | New Assamese Song 2020 Lyrics Singer : Subasana Dutta Lyrics/tune : Chinmoy Kaushik & Joy Nirvan Music : Palash Gogoi Mix & Mastered : Diganta Bordoloi MOINAKON BAKHOR SONG LYRICS দেওঁলগা খালতে,মাগুৰ মাছ লাগিলে, লগাওতে লাঙী জাল। যৌৱনৰ কালতে,চেনাইয়ে ঠেহ পাতিলে, পাওঁতেই অকন ভাল। দেওঁলগা খালতে,মাগুৰ মাছ লাগিলে, লগাওতে লাঙী জাল। যৌৱনৰ কালতে,চেনাইয়ে ঠেহ পাতিলে, পাওঁতেই অকন ভাল। ছটফটাই থাকোং যেন, তোৰ লগত যিহে প্ৰেম, প্ৰেম পিৰিতি জাঁজী নৈ। শুন হেৰ' মইনাজান, তোৰ স'তে থকাই টান, কটাও ৰাতি দিন কেনেকৈ। তোৰ কেটেৰা মাতে, খুন্দা মাৰি একেচাটে, ঘুনীয়া কৰেহি মোৰ বুকু। খঙত ফেপেৰি পাত', মাতিলেও নেমাত', নোৱাৰো ধৰিবলে একো। ছটফটাই থাকোং যেন, তোৰ লগত যিহে প্ৰেম, প্ৰেম পিৰিতি জাঁজী নৈ। শুন হেৰ' মইনাজান, তোৰ স'তে থকাই টান, কটাও ৰাতি দিন কেনেকৈ। মইনাকন বাখৰ ৰৈ যা, বুকুতে বান্ধি লৈ যা, তোৰ মৰমতেই জীও,নেলাগে ভোকৰ ভাত। তইয়ে মোৰ সোণ,মই তোৰ জান, কথাই প্ৰতি অভিমান, নৈ বৈ যাব চকুলোৰ,নিদিলে মুখৰ মাত। ঐ চেং কোমলকৈ, এই