Skip to main content

Posts

Showing posts from December, 2021

Jakoruwa Moloya Lyrics | Sannidhya Bhuyan x Aarxslan | Assamese song Lyrics

Jakoruwa Moloya Lyrics | Sannidhya Bhuyan x Aarxslan | Assamese song Lyrics Composed and Performed by Sannidhya Bhuyan Arranged, Programmed, Mixed and Mastered by Aarxslan Co-programmed by Sannidhya Bhuyan Lyrics by Mrityunjoy Kakati Guitars by Hirak Jyoti Sarma Tabla by Akash Jyoti JAKORUWA MOLOYA SONG LYRICS হঠাতে এটি উন্মাদণা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় উন্মাকৰা উলাহত মই আপোন পাহৰা কতো আশা যে উঠে তোমাক দেখিলে কিনো হয় নজোনাকে কাষৰলৈ আহিলে জাকৰোৱা মলয়া কয় কথা তুমি বিনে মই আধৰুৱা জাকৰোৱা মলয়া কয় কথা তুমি বিনে মই আধৰুৱা জাকৰোৱা মলয়া কয় কথা তুমি বিনে মই আধৰুৱা আৱতৰিয়া প্ৰেমৰ নানা ৰঙীন কথা মধুৰ সুৰীয়া গীতৰ আলাপেৰে ভৰা আকাশে দিয়ে এটি ঠিকনা হৃদয়ত বাসনা তোমাক পোৱা জাগে প্ৰেৰণা উকাহে নিকাহে জানা জাকৰোৱা মলয়া কয় কথা তুমি বিনে মই আধৰুৱা জাকৰোৱা মলয়া কয় কথা তুমি বিনে মই আধৰুৱা জাকৰোৱা মলয়া কয় কথা তুমি বিনে মই আধৰুৱা (Lyrics4assam)