Skip to main content

Posts

Showing posts from July, 2021

Sinaki Xur Lyrics | Nikhil Jyoti Sarma | Bhargav Ojapali | ft.Buddha Jyoti Bezbaruah | Assamese Song Lyrics

Sinaki Xur Lyrics | Nikhil Jyoti Sarma | Bhargav Ojapali | ft.Buddha Jyoti Bezbaruah | Assamese Song Lyrics Nikhil Jyoti Sarma, Bhargav Ojapali, ft.Buddha Jyoti Bezbaruah SINAKI XUR SONG LYRICS চিনাকী স্মৃতিময় সূঁতিলে বিচাৰি উভতো তোমাকে যেতিয়া চুব খুজো সময় প্ৰতিটো ঋতু যেন তোমাতে জাকি মাৰি ফুৰা সপোনে‌ তোমাতেই আজি থমকে কাষতে ৰ' লাগি চায় পাহাৰীয়া মন পক্ষীয়ে চঞ্চলা নদীৰ ঘাটেৰে বিচাৰে আজিও তোমাক সাঁচি ৰখা মনৰ পোহৰ তুমি স্মৃতিৰ খিৰিকীৰে চাওঁ এইবেলি মোৰ চোতালভৰি ফুলিবনে ফুল বহাগৰে মনৰে সুৰ শুনামে তোক আহিবি maaajun কাষৰলে (কহুৱাৰে কাষে কাষে চিনাকী নৈৰ পাৰে পাৰে এতিয়াও বিচাৰি পাওঁ আজিও পৰশ মাথো তোৰে) পুৱতিৰ মিঠা এমুঠি আশাভৰা ৰ'দালি হৈ নামি অহা দূৰ দেশৰে তুমি হেঁপাহৰে যে নৈ বাউলী বতাহে ক'লেহি আহি ফাগুনে দিবহি তোমাৰ চিঠি তেতিয়া নামিব জোনাকলে জোনাক আহিব নতুনৰে প্ৰভাত সাঁচি ৰখা মনৰ পোহৰ তুমি স্মৃতিৰ খিৰিকীৰে চাওঁ এইবেলি মোৰ চোতালভৰি ফুলিবনে ফুল বহাগৰে মনৰে সুৰ শুনামে তোক আহিবি ম

Boie Jai Lyrics | Amarendra Kalita | Assamese Song Lyrics

Boie Jai Lyrics | Amarendra Kalita | Assamese Song Lyrics Vocal : Amarendra Kalita Music : Shawn Dex Composition : Bornil Borah & Amarendra kalita Lyrics : Amarendra kalita & Pranjit Hazarika Mix & Mastering : TYPHOON MUSIC Additional production : Bornil Borah BOIE JAI SONG LYRICS বৈ য়ে যায় মায়া সানি তাই উভতি বাৰে বাৰে চাই কৈ এ যায় কাণে কাণে তাই হৃদয়ৰ ঠিকনা দি যায় তুমি আকা ফাগুনৰ দৰে মোক পলাশৰ ৰঙেৰে তুমি ঢাকা আঘোনৰ দৰে নিয়ৰৰ চাদৰেৰে ডাৱৰে আহি দিয়েহি তোমাৰে বতৰাবোৰ উকা সপোনৰ আকাশত দিয়ে বৰষাৰ সুৰ দুপৰৰ চেঁচা বতাহ হৈ উৰুৱাই উদাসী মন অজানিতে আহি দিয়াহি মৰমৰ প্ৰতিটো ক্ষন মনৰে কথাবোৰ মনতে সাঁচিলো অধিৰ হিয়া তোমাক ক'বলে উকা জীৱনৰে অযুত ভাৱনাই বিচাৰি ফুৰে তোমাক পাবলে ফাগুনৰ দৰে মোক পলাশৰ ৰঙেৰে তুমি ঢাকা আঘোনৰ দৰে নিয়ৰৰ চাদৰেৰে (Lyrics4assam)