Skip to main content

Posts

Showing posts from February, 2021

Xunyo ( শূন্য ) Lyrics | Kool-D & Zupiter | Assamese Rap | Assamese Song Lyrics

Xunyo ( শূন্য ) Lyrics | Kool-D & Zupiter | Assamese Rap | Assamese Song Lyrics Rap vocal & Lyrics - Kool-D Music production & Mix / mastering - Zupiter Additional supporting vocal - Notxofar XUNYO SONG LYRICS মই চাব খোজোঁ এনে এক ঠাই য'ত , নাই মই আজি আৰু নাই মোৰ ছাঁয়া । I really don't wanna chase anything cause , দুদিনৰ জীৱন আৰু দুদিনৰ মায়া ।। মই চাব খোজোঁ এনে এক ঠাই য'ত , নাই মই আজি আৰু নাই মোৰ ছাঁয়া । I really don't wanna chase anything cause , দুদিনৰ জীৱন আৰু দুদিনৰ মায়া ।। মই চাব খোজোঁ এনে এক ঠাই য'ত , নাই মই আজি আৰু নাই মোৰ ঠিকনা । কোনোমতে মাথোঁ আছোঁ জীয়াই , মোৰ হৃদয়ত আজি আৰু নাই উদ্দীপনা ।। চিনাকি বহুত চিনাকি অযুত , সহায়ৰ হাত লাগে যদি চিনাকি মজুত । পিছে নিজকে কিয় বাৰু নিচিনিলোঁ আজিলৈকে , হৃদয়ত দেখোঁ কিয় অচিনাকি মোক ।। অনাই বনাই ফুৰিছোঁ ঘূৰি মই বিচাৰি হেৰুৱা বাটৰ দিশ । যুঁজিছোঁ কিয় মই নিজৰে লগতে , আচলতে এটা সাঁথৰ ই । বিচৰা নাই মই চিনাকি চেহেৰা , যাবলৈ খুজি মই আঁতৰি । নিজৰে মাজতে মগন , আজি ম