Boie Jai Lyrics | Amarendra Kalita | Assamese Song Lyrics
Vocal : Amarendra Kalita
Music : Shawn Dex
Composition : Bornil Borah & Amarendra kalita
Lyrics : Amarendra kalita & Pranjit Hazarika
Mix & Mastering : TYPHOON MUSIC
Additional production : Bornil Borah
BOIE JAI SONG LYRICS
বৈ য়ে যায় মায়া সানি তাই
উভতি বাৰে বাৰে চাই
কৈ এ যায় কাণে কাণে তাই
হৃদয়ৰ ঠিকনা দি যায়
তুমি আকা ফাগুনৰ দৰে
মোক পলাশৰ ৰঙেৰে
তুমি ঢাকা আঘোনৰ দৰে
নিয়ৰৰ চাদৰেৰে
ডাৱৰে আহি দিয়েহি তোমাৰে বতৰাবোৰ
উকা সপোনৰ আকাশত দিয়ে বৰষাৰ সুৰ
দুপৰৰ চেঁচা বতাহ হৈ উৰুৱাই উদাসী মন
অজানিতে আহি দিয়াহি মৰমৰ প্ৰতিটো ক্ষন
মনৰে কথাবোৰ মনতে সাঁচিলো
অধিৰ হিয়া তোমাক ক'বলে
উকা জীৱনৰে অযুত ভাৱনাই
বিচাৰি ফুৰে তোমাক পাবলে
ফাগুনৰ দৰে
মোক পলাশৰ ৰঙেৰে
তুমি ঢাকা আঘোনৰ দৰে
নিয়ৰৰ চাদৰেৰে
উভতি বাৰে বাৰে চাই
কৈ এ যায় কাণে কাণে তাই
হৃদয়ৰ ঠিকনা দি যায়
তুমি আকা ফাগুনৰ দৰে
মোক পলাশৰ ৰঙেৰে
তুমি ঢাকা আঘোনৰ দৰে
নিয়ৰৰ চাদৰেৰে
ডাৱৰে আহি দিয়েহি তোমাৰে বতৰাবোৰ
উকা সপোনৰ আকাশত দিয়ে বৰষাৰ সুৰ
দুপৰৰ চেঁচা বতাহ হৈ উৰুৱাই উদাসী মন
অজানিতে আহি দিয়াহি মৰমৰ প্ৰতিটো ক্ষন
মনৰে কথাবোৰ মনতে সাঁচিলো
অধিৰ হিয়া তোমাক ক'বলে
উকা জীৱনৰে অযুত ভাৱনাই
বিচাৰি ফুৰে তোমাক পাবলে
ফাগুনৰ দৰে
মোক পলাশৰ ৰঙেৰে
তুমি ঢাকা আঘোনৰ দৰে
নিয়ৰৰ চাদৰেৰে
(Lyrics4assam)
Comments
Post a Comment
Thanks. (Contact us on Facebook https://facebook.com/Lyrics4Assam )