Boie Jai Lyrics | Amarendra Kalita | Assamese Song Lyrics Vocal : Amarendra Kalita Music : Shawn Dex Composition : Bornil Borah & Amarendra kalita Lyrics : Amarendra kalita & Pranjit Hazarika Mix & Mastering : TYPHOON MUSIC Additional production : Bornil Borah BOIE JAI SONG LYRICS বৈ য়ে যায় মায়া সানি তাই উভতি বাৰে বাৰে চাই কৈ এ যায় কাণে কাণে তাই হৃদয়ৰ ঠিকনা দি যায় তুমি আকা ফাগুনৰ দৰে মোক পলাশৰ ৰঙেৰে তুমি ঢাকা আঘোনৰ দৰে নিয়ৰৰ চাদৰেৰে ডাৱৰে আহি দিয়েহি তোমাৰে বতৰাবোৰ উকা সপোনৰ আকাশত দিয়ে বৰষাৰ সুৰ দুপৰৰ চেঁচা বতাহ হৈ উৰুৱাই উদাসী মন অজানিতে আহি দিয়াহি মৰমৰ প্ৰতিটো ক্ষন মনৰে কথাবোৰ মনতে সাঁচিলো অধিৰ হিয়া তোমাক ক'বলে উকা জীৱনৰে অযুত ভাৱনাই বিচাৰি ফুৰে তোমাক পাবলে ফাগুনৰ দৰে মোক পলাশৰ ৰঙেৰে তুমি ঢাকা আঘোনৰ দৰে নিয়ৰৰ চাদৰেৰে (Lyrics4assam)
Assamese Songs Lyrics On here Lyrics4assam