Ishwar Oi (Bogi Bogi) Lyrics By Neel Akash | Bihuwan | New Assamese Video Song 2020 Lyrics
ISHWAR OI SONG LYRICS
বগী বগী ছোৱালী
হাই ঐ হাই
মিচিকি হাঁহিৰে
খুলি খুলি খাই
মৰম লগা আছিলা
মোলৈ চাই
দিছা নেকি বুকুতে ঠাই
বগী বগী ছোৱালী
হাই ঐ হাই
মিচিকি হাঁহিৰে
খুলি খুলি খাই
মৰম লগা আছিলা
মোলৈ চাই
দিছা নেকি বুকুতে ঠাই
এ মইনা
লাগে যদি কোৱানা
গঢ়াই দিম মই গহণা
আৰু যদি লাগেনো দিম
মোৰে কুমল কলিজা
হাই ঐ ঈশ্বৰ ঐ
এনুৱা মৰমে
হাই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে
হাই ঐ ঈশ্বৰ ঐ
এনুৱা মৰমে
হাই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে
জান ঐ
এধানি এবানি
কৰিলা হিয়াখনি
কলৈ যাং
কি কৰোং লাগে
বুকুখন চপৰা চপৰে
খহিছে যেনে কৰি
বেছি দিন
নাথাকিম চাগে
এ মইনা
তাকে ভাৱি চোৱানা
মনৰ যিহে যাতনা
আধাতেই নাভাঙিবা দেই
মোৰে কুমল কলিজা
হাই ঐ ঈশ্বৰ ঐ
এনুৱা মৰমে
হাই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে
আই ক'লা ক'লা
জানৈ পিতাই
ক'লা ক'লা
জানৈ মই ধোৱা চাঙৰ
মই ধোৱা চাঙৰ গঢ়
কৰবাত কেনেবাকে
জানৈ দেখি পাব লাগিলে
জানৈ ভালুক বুলি নিদিবা
ভালুক বুলি নিদিবা লৰ
এ মইনা
লাগে যদি কোৱানা
গঢ়াই দিম মই গহণা
আৰু যদি লাগেনো দিম
মোৰে কুমল কলিজা
হাই ঐ ঈশ্বৰ ঐ
এনুৱা মৰমে
হাই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে
হাই ঐ ঈশ্বৰ ঐ
এনুৱা মৰমে
হাই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে
(Lyrics4assam)
Comments
Post a Comment
Thanks. (Contact us on Facebook https://facebook.com/Lyrics4Assam )