Tumi Fagun Lyrics | Sukmoni Dewri | Trion Mahanta | Assamese Romantic Song 2020 Lyrics
Music Composed & Produced: Trion Mahanta
Lyrics: Kallul Kashyap Mahanta
Mix & Master: Pinkal Pratyush
TUMI FAGUN SONG LYRICS
কপাহী ফাগুনে
উৰুৱাই নিয়েহি
আলসুৱা প্ৰেমৰে ৰং
অ...মায়াৰ কিৰণ
বিয়পি পৰিছে
ভালপোৱাৰেই সমীৰণ
তল সৰা শেৱালী
বুটলি বুটলি
নিয়ৰৰ টোপালবোৰ
গছকি গছকি
আহিছাঁ তুমি
মন মালিনী
আহিছাঁ তুমি
মন মালিনী
কলিজাৰে কোণত
বৈ আছা তুমি এখনি
নৈ হৈ..
কুঁৱলিৰ ফাঁকেৰে
তুমি আহি চোৱা
আজি মোক গোপনে
অ..শুকুলা পাখি মেলি
নামি আহা বুকুলে
অ....দুচকুৰ নীলাখিনিত
বিচাৰি মৰম এধানী
কপাহী ফাগুনে
উৰুৱাই নিয়েহি
আলসুৱা প্ৰেমৰে ৰং
অ...মায়াৰ কিৰণ
বিয়পি পৰিছে
ভালপোৱাৰেই সমীৰণ
(Lyrics4assam)
(Lyrics4assam)
Comments
Post a Comment
Thanks. (Contact us on Facebook https://facebook.com/Lyrics4Assam )