Skip to main content

Nojonake Nubujake Lyrics | Neel Akash | Assamese Song Lyrics

Singer: Neel Akash Music: Bharat Saikia Lyrics: Jagrat Protim and Mrinmoy Tune: Neel and Prandeep Mixed and Mastered by Ujjwal Arrong Recorded at STUDIO FUSION, MORAN

NOJONAKE NUBUJAKE SONG LYRICS

নজনাকে... নুবুজাকে.. পৰিলোঁ তোমাৰে প্ৰেমতে চোৱা না পৰিলোঁ তোমাৰে প্ৰেমতে ... নভবাকে... পগলা হৈ...বিচাৰো তোমাকে কাষতে চোৱা না বিচাৰো তোমাকে কাষতে... নোৱাৰো থাকিবলে অকলে অকলে... গুচি যাম দূৰণিলে, তোমাকে নাপালে... নজনাকে ...নুবুজাকে..পগলা হৈ বাৰে বাৰে.....

চকুতে চকু থৈ কিনো কথা কলা... পলকতে হিয়া খনি কাঢ়ি নিলা... মিচিকি হাঁহিটো মুকুতা সৰা... সপোনতো বাৰে বাৰে খেদি ফুৰা... এতিয়া তুমিযে মোৰ বুকুতে ওমলা.. ভাবিলে বাঢ়ে মৰম এতুলা দুতুলা... নজনাকে ...নুবুজাকে..পগলা হৈ বাৰে বাৰে.....

শুনা ,শুনা ,শুনানা...চোৱা চোৱা চোৱানা.. কেনেকৈ নো মই বুজাও মই তোমাক.. তুমি জানো বুজি পাবা... তুমি জানো ভাবি চাবা.. তুমিয়ে যে মাথোঁ মোৰ জোনাক.. সপোনৰে তুমি পখিলা,অ..' অ'.. অ.... অজানিতে চুমা আঁকি উৰি ফুৰা.... নজনাকে ...নুবুজাকে..পগলা হৈ বাৰে বাৰে..... পৰিলোঁ তোমাৰে প্ৰেমতে চোৱা না পৰিলোঁ তোমাৰে প্ৰেমতে চোৱা না পৰিলোঁ তোমাৰে প্ৰেমতে...

(Lyrics4assam)

Comments