Jakoruwa Moloya Lyrics | Sannidhya Bhuyan x Aarxslan | Assamese song Lyrics
Composed and Performed by Sannidhya Bhuyan
Arranged, Programmed, Mixed and Mastered by Aarxslan
Co-programmed by Sannidhya Bhuyan
Lyrics by Mrityunjoy Kakati
Guitars by Hirak Jyoti Sarma
Tabla by Akash Jyoti
JAKORUWA MOLOYA SONG LYRICS
হঠাতে এটি উন্মাদণা
মোৰ হিয়াতে এটি সম্ভাৱনা
কথাতে কয় উন্মাকৰা
উলাহত মই আপোন পাহৰা
কতো আশা যে উঠে
তোমাক দেখিলে
কিনো হয় নজোনাকে
কাষৰলৈ আহিলে
জাকৰোৱা মলয়া কয় কথা
তুমি বিনে মই আধৰুৱা
জাকৰোৱা মলয়া কয় কথা
তুমি বিনে মই আধৰুৱা
জাকৰোৱা মলয়া কয় কথা
তুমি বিনে মই আধৰুৱা
আৱতৰিয়া প্ৰেমৰ নানা ৰঙীন কথা
মধুৰ সুৰীয়া গীতৰ আলাপেৰে ভৰা
আকাশে দিয়ে এটি ঠিকনা
হৃদয়ত বাসনা
তোমাক পোৱা জাগে প্ৰেৰণা
উকাহে নিকাহে জানা
জাকৰোৱা মলয়া কয় কথা
তুমি বিনে মই আধৰুৱা
জাকৰোৱা মলয়া কয় কথা
তুমি বিনে মই আধৰুৱা
জাকৰোৱা মলয়া কয় কথা
তুমি বিনে মই আধৰুৱা
মোৰ হিয়াতে এটি সম্ভাৱনা
কথাতে কয় উন্মাকৰা
উলাহত মই আপোন পাহৰা
কতো আশা যে উঠে
তোমাক দেখিলে
কিনো হয় নজোনাকে
কাষৰলৈ আহিলে
জাকৰোৱা মলয়া কয় কথা
তুমি বিনে মই আধৰুৱা
জাকৰোৱা মলয়া কয় কথা
তুমি বিনে মই আধৰুৱা
জাকৰোৱা মলয়া কয় কথা
তুমি বিনে মই আধৰুৱা
আৱতৰিয়া প্ৰেমৰ নানা ৰঙীন কথা
মধুৰ সুৰীয়া গীতৰ আলাপেৰে ভৰা
আকাশে দিয়ে এটি ঠিকনা
হৃদয়ত বাসনা
তোমাক পোৱা জাগে প্ৰেৰণা
উকাহে নিকাহে জানা
জাকৰোৱা মলয়া কয় কথা
তুমি বিনে মই আধৰুৱা
জাকৰোৱা মলয়া কয় কথা
তুমি বিনে মই আধৰুৱা
জাকৰোৱা মলয়া কয় কথা
তুমি বিনে মই আধৰুৱা
(Lyrics4assam)
Comments
Post a Comment
Thanks. (Contact us on Facebook https://facebook.com/Lyrics4Assam )